Search This Blog

Tuesday, March 21, 2023

XOBDO.ORG at NCLL23

National Conference on Language and Linguistics

(17&18 March 2023) 

Department of Linguistics and Language Technology 
Tezpur University




তেজপুৰ বিশ্ববিদ্যালয়ৰ Department of Linguistics and Language Technology-এ আয়োজন কৰা Language and Linguistics (NCLL 2023) বিষয়ক ৰাষ্টীয় পৰ্যায়ৰ দুদিনীয়া (১৭-১৮ মাৰ্চ ২০২৩) আলোচনা চক্ৰত শব্দ (
www.xobdo.org) অভিধানৰ লগত জড়িত তিনিগৰাকী ছাত্ৰী, শ্ৰীমতী মৌছুমী কোঁৱৰ, শ্ৰীমতী হিমাশ্ৰী দাস আৰু শ্ৰীমতী কৰিস্মা বড়োয়ে "THE LINGUISTIC CHALLENGES OF CREATING THE DATABASE OF XOBDO.ORG: A LEXICOGRAPHICAL ENDEAVOUR FROM NE INDIA" বিষয়ত প'ষ্টাৰ প্ৰদৰ্শন কৰে।